৩.১৬ লাখ হেক্টৰতকৈ অধিক বনভূমি বেদখল। পাঁচ বছৰত ১৮ হাজাৰ হেক্টৰ ভূমি উদ্ধাৰ। বেদখলমুক্ত কৰাৰ বাবে আপোচবিহীন কৌশল। উচ্চতম ন্যায়ালয়ৰ...
ব্যৱসায়
১৭ নৱেম্বৰত খানাপাৰাত কনচাৰ্ট। বিয়লি ২ বজাৰ পৰা যান-বাহন নিয়ন্ত্ৰণ। বিয়লি ৩ বজাৰ পৰা বাণিজ্যিক বাহনৰ চলাচলত নিষেধাজ্ঞা। দৰ্শকৰ বাবে...
২০২৭ চনৰ ১০ নৱেম্বৰৰ পৰা পাঁচদিনীয়া জনজাতীয় মেলা। অহা বছৰ অসমত জনজাতীয় সংগ্ৰহালয় স্থাপনৰ পৰিকল্পনা। অসমৰ ১৭খন একলব্য বিদ্যালয়ৰ ভিতৰত...
ধেমাজিৰ চাৰিখন গাঁৱৰ সামূহিক উদ্যোগ। ১,০৪৪ বিঘা ভূমিত বনাঞ্চল গঢ়াৰ পৰিকল্পনা। প্ৰায় ১৫০টা বনৰীয়া হৰিণৰ সুৰক্ষাৰ লক্ষ্য। অবৈধ চিকাৰ আৰু...
শিলচৰৰ ৰঙিৰখাৰীত NIAৰ অভিযান। পুৰণি ড্ৰাগছ সৰবৰাহৰ গোচৰত এজন গ্ৰেপ্তাৰ। কাছাৰ আৰক্ষীৰ সূত্ৰই অভিযানৰ তথ্য প্ৰকাশ। গ্ৰেপ্তাৰ হোৱা লোকজনৰ পৰিচয়...
নিহতৰ পৰিয়াললৈ ২০ লাখ টকাৰ ক্ষতিপূৰণৰ দাবী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ। আহতসকলৰ বিনামূলীয়া চিকিৎসাৰ আহ্বান। NH-715ৰ সুৰক্ষা ব্যৱস্থাৰ নিৰপেক্ষ...
মিছন বসুন্ধৰা ৪.০ সন্দৰ্ভত কৰ্মশালা। মন্ত্ৰী ৰণোজ পেগুৰ অংশগ্ৰহণ। জনজাতীয় লোকৰ ভূমিৰ অধিকাৰ সুৰক্ষাৰ ওপৰত গুৰুত্ব। বন অধিকাৰ আইন, ২০০৬ৰ...
অসম PWD-ৰ ১০ অভিযন্তা নিলম্বিত। বৰাক উপত্যকাৰ ৯গৰাকী অভিযন্তাৰ বিৰুদ্ধে ব্যৱস্থা। হাফলঙৰ এগৰাকী ছুপাৰিণ্টেণ্ডিং ইঞ্জিনিয়াৰো নিলম্বিত। দলং নিৰ্মাণত গাফিলতি আৰু...
হাফলং হ্ৰদৰ সমীপত দুৰ্ঘটনা। ওলমা দলঙৰ ৰছীত LPG ট্ৰাকৰ খুন্দা। ট্ৰাক আৰু অল্টো গাড়ীৰ ওপৰত গ্ৰীল খহি পৰে। কোনো লোক...
বিশ্ববিদ্যালয়ৰ নিৰ্মাণকাৰ্য ২৫ শতাংশ সম্পূৰ্ণ। শৈক্ষিক ভৱন আৰু ছাত্ৰাবাস নিৰ্মাণ ক্ষিপ্ৰ কৰাৰ নিৰ্দেশ। NH-15ৰ পৰা চাৰিলেনযুক্ত পথৰ পৰিকল্পনা। দ্বিতীয় পৰ্যায়ৰ...
