November 22, 2026

Global Assam News

Global and Local Assam News Website

ৰাজ্যৰ খবৰ

তৰুণ নগৰৰ ৩ নম্বৰ ঘৰত অগ্নিকাণ্ড। ছঠ পূজাৰ বাবে বিহাৰলৈ গৈছিল ঘৰৰ গৰাকী। স্থানীয় লোক আৰু দুখন অগ্নিনিৰ্বাপক বাহনৰ গাড়ীয়ে...

ডিগাৰু ৰে’ল ষ্টেচনত পুৱা ৬:৫৪ বজাত দুৰ্ঘটনা। ইঞ্জিনসহ পাঁচটা দবা লাইনচ্যুত। সকলো যাত্ৰী সুৰক্ষিত বুলি NFRৰ ঘোষণা। বিকল্প ৰে’লেৰে যাত্ৰীসকলক...

আজি ১১ নৱেম্বৰত ভাতৃদ্বিতীয়া পালন। পাঁচদিনীয়া দীপাৱলী উৎসৱৰ সামৰণি। ভাতৃৰ দীৰ্ঘায়ু আৰু সমৃদ্ধি কামনাৰে ভগ্নীৰ ফোঁট। পৰিয়াল আৰু সামাজিক মাধ্যমত...

বক্সাৰ পৰা দ্বিতীয়বাৰৰ বাবে পলায়ন বাঘিনী ‘ডুৱাৰ্ছ ৰাণী’ৰ। কংক্ৰিটৰ ভেটিৰ তলত সুৰংগ খান্দি পলায়ন। ৬০ৰো অধিক বনকৰ্মী আৰু তিনিটা হাতীৰে...

১৪ আৰু ১৫ নৱেম্বৰত গুৱাহাটীত প্ৰদৰ্শনী। ভিভাণ্টা গুৱাহাটীত অনুষ্ঠিত হ'ব অনুষ্ঠান। ২০খনৰো অধিক আগশাৰীৰ বিদ্যালয়ৰ অংশগ্ৰহণ। অভিভাৱকৰ বাবে বিনামূলীয়া প্ৰৱেশ...

টেঙাখাতৰ অইল ইণ্ডিয়াৰ অগ্নিকাণ্ডত ৫জনৰ মৃত্যু। চিকিৎসাধীন অৱস্থাত কুমুদ গগৈৰ মৃত্যু। কৰ্তব্যত গাফিলতিৰ অভিযোগত ৪জন অইল কৰ্মচাৰী নিলম্বিত। মৃতকৰ পৰিয়াললৈ...

ভালুকপুঙত স্থানীয় লোকক আক্ৰমণৰ অভিযোগ। অসম-অৰুণাচল সীমান্তত দুই সম্প্ৰদায়ৰ লোকৰ সমাৱেশ। কেইবাঘণ্টা ধৰি পথ অৱৰোধ। আৰক্ষীৰ হস্তক্ষেপত যান-বাহনৰ চলাচল স্বাভাৱিক।...

২৮ আৰু ২৯ নৱেম্বৰত ষষ্ঠ ফকটী উৎসৱ। বিশ্বনাথৰ হাতীপটি চাহ বাগিচাত আয়োজন। চাহ জনগোষ্ঠীৰ পৰম্পৰাগত খেল-ধেমালি আৰু লোকসংগীত। ২৯ নৱেম্বৰত...

গুৱাহাটীত বিৰল হাড়গিলা চৰাইৰ মৃত্যু। দীপাৱলীৰ আতচবাজীৰ শব্দত আতংকিত হৈছিল চৰাইটো। উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ তাঁৰত খুন্দা। বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে আতচবাজী...

অসমত বছৰি ৮ হাজাৰ হেক্টৰ ভূমি খহনীয়াত জাহ যায়। মথাউৰি শক্তিশালী কৰাৰ পৰিকল্পনা। মৰিগাঁৱত ৫ হাজাৰ বিঘালৈকে ভূমি পুনৰুদ্ধাৰৰ লক্ষ্য।...