November 22, 2026

Global Assam News

Global and Local Assam News Website

ৰাজনীতি

ইটানগৰত ১২ ঘণ্টীয়া বন্ধ শান্তিপূৰ্ণভাৱে সম্পন্ন। গ্ৰেপ্তাৰ হোৱা প্ৰতিবাদকাৰীৰ মুক্তিৰ দাবী। ছিয়াং বান্ধ প্ৰকল্পৰ জৰীপ বন্ধৰ দাবী। চৰকাৰৰ ইতিবাচক সঁহাৰিৰ...

কেন্দ্ৰৰ এক কিলোমিটাৰ ইক’-চেনছিটিভ জ’নৰ প্ৰস্তাৱ। মুঠ ৩২.০১ বৰ্গ কিলোমিটাৰ এলেকা সামৰি ল’ব। নতুন বাণিজ্যিক নিৰ্মাণত নিষেধাজ্ঞাৰ প্ৰস্তাৱ। জনসাধাৰণৰ মতামতৰ...

BT1 বাঘিনী নিৰাপদে উদ্ধাৰ। ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত যৌথ অভিযান। অসম-বংগৰ বন বিভাগৰ সমন্বয়ক মুখ্যমন্ত্ৰীৰ প্ৰশংসা। বাঘিনীজনীক পুনৰ বক্সালৈ নিয়াৰ প্ৰস্তুতি।...

জুলাইৰ বানৰ CBI তদন্তৰ পৰামৰ্শত কেবিনেটৰ অনুমোদন। শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানৰ কাৰণ অনুসন্ধান। অহা ১০ দিনৰ ভিতৰত কেন্দ্ৰলৈ প্ৰস্তাৱ...

২০২৭ৰ মাৰ্চত ৰাজ্যৰ অন্যান্য ULB নিৰ্বাচন। এপ্ৰিল-মে’ত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন। MAC আৰু SKAC নিৰ্বাচন ৩০ নৱেম্বৰত। বিদ্যুতৰ মাচুল বৃদ্ধি...

৩০ নৱেম্বৰত ৪০টা সমষ্টিত ভোটগ্ৰহণ। ১০ নৱেম্বৰ মনোনয়ন দাখিলৰ অন্তিম দিন। মুঠ ভোটদাতা ৬,৩৫,৪৯৩গৰাকী। ৩ ডিচেম্বৰত ভোটগণনা। সমগ্ৰ সমাচাৰ সেৱা...

নৱেম্বৰৰ পৰা বিদ্যুতৰ মাচুল বৃদ্ধি। ১৫৫.৫৯ কোটি টকাৰ অধিভাৰ আদায়ৰ অনুমতি। পাঁচ মাহৰ ভিতৰত পৰ্যায়ক্ৰমে অধিভাৰ সংগ্ৰহ। অতিৰিক্ত মাচুল প্ৰত্যাহাৰৰ...

বৈঠালাংছ’ত তিনি ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী। ১,৫০০ আৰু ৯০০ মেগাৱাটৰ প্ৰকল্পৰ বিৰোধিতা। প্ৰণৱ দলেৰ বিনাচৰ্তে মুক্তিৰ দাবী। কাৰ্বি আংলঙৰ সীমা বিবাদ...

ছিয়াং প্ৰকল্পক লৈ স্বচ্ছতাৰ আহ্বান মুখ্যমন্ত্ৰীৰ। বিধায়কসকলৰ সৰ্বদলীয় বৈঠক অনুষ্ঠিত। ভূমি, পৰিৱেশ আৰু স্থানচ্যুতিৰ আশংকাক লৈ উদ্বেগ। স্থানীয় লোকৰ অধিকাৰ...

তিনিখন জিলাত নতুন প্ৰভাৰী নিযুক্তি। সাংগঠনিক কাম-কাজ শক্তিশালী কৰাৰ লক্ষ্য। স্থানীয় নেতৃত্বৰ সৈতে সমন্বয় বৃদ্ধিৰ পদক্ষেপ। দলীয় কাৰ্যকলাপ তদাৰক কৰিব...