জুন ২৮ত অনুষ্ঠিত হ'ব বিশেষ অসম শিক্ষক যোগ্যতা পৰীক্ষা (Special TET-2026)। গুৱাহাটী আৰক্ষীয়ে BNSS, ২০২৩ৰ ধাৰা ১৬৩ অনুসৰি নিষেধাজ্ঞা জাৰি...
ৰাষ্ট্ৰীয়
পুনেৰ লোহাগড় দুৰ্গত কেতন আগৰৱালৰ মৃত্যুৰ ঘটনাই ল'লে হত্যাকাণ্ডৰ ৰূপ। অভিযুক্ত ছিয়া গোৱেল আৰু চেতন চৌধুৰীয়ে প্ৰথমে ইজনে সিজনক দোষাৰোপ...
ভেনিজুৱেলাত ৭.২ আৰু ৭.৫ প্ৰাবল্যৰ দুটা শক্তিশালী ভূমিকম্প। প্ৰথম ৭.২ প্ৰাবল্যৰ ভূমিকম্পৰ ৩৯ ছেকেণ্ড পিছতেই সংঘটিত হয় ৭.৫ প্ৰাবল্যৰ মূল...
ডিমাকুচি–মঙলদৈৰ মাজত শীততাপ নিয়ন্ত্ৰিত (AC) বৈদ্যুতিক গ্ৰীণ বাছ সেৱাৰ শুভাৰম্ভ। উদ্বোধন কৰে অসমৰ পৰিবহণ মন্ত্ৰী চৰণ বড়োৱে। বিটিআৰ অঞ্চলত ৬টা...
সমগ্ৰ সমাচাৰ সেৱা গুৱাহাটী,২৬ জুন: নামনি অসমৰ বিভিন্ন প্রান্তত জেহাদী গ্রেপ্তাৰ হোৱাৰ লগতে যোৱা ১৬জুন ইং তাৰিখে দিল্লীত ৭জনকৈ কুৎসাত...
অম্বুবাচী মহাযোগৰ সামৰণিৰ পাছত ২৬ জুন পুৱা প্ৰায় ৫:৩০ বজাৰ পৰা ৬:০০ বজাৰ ভিতৰত কামাখ্যা মন্দিৰৰ পৱিত্ৰ দুৱাৰ পুনৰ মুকলি...
মহেশ দীক্ষিতক ইণ্টেলিজেন্স ব্যুৰো (IB)-ৰ নতুন সঞ্চালক (Director) হিচাপে নিযুক্তি দিয়া হৈছে। তেওঁ আন্ধ্ৰ প্ৰদেশ কেডাৰৰ জ্যেষ্ঠ IPS বিষয়া। শ্ৰীনগৰত...
কেন্দ্ৰীয় চৰকাৰে পাছপ'ৰ্ট নিয়ম, ১৯৮০ সংশোধন কৰি পাছপ'ৰ্ট মাচুল বৃদ্ধি কৰিছে। নতুন মাচুল ১ জুলাই, ২০২৬ৰ পৰা কাৰ্যকৰী হ'ব। ৩৬...
কেন্দ্ৰীয় চৰকাৰে অ-বাসগৃহ (Non-Domestic) পেকেটজাত LPGৰ যোগান পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বাল্ক LPGৰ যোগান পূৰ্বৰ সংকট-পূৰ্ব ব্যৱহাৰৰ ৫০%লৈ...
‘ডিজিটেল এৰেষ্ট’ চাইবাৰ জালিয়াতিৰ বিৰুদ্ধে CBI-এ আৰম্ভ কৰিছে দেশজোৰা বিশেষ অভিযান। ‘অপাৰেশ্যন চক্ৰ-VI’ৰ অধীনত ১৬খন ৰাজ্যত একেলগে অভিযান চলোৱা হয়।...
