Global Assam News

Global and Local Assam News Website

“গুৱাহাটীত আৰক্ষী অভিযান”

গুৱাহাটীত ২৩ লাখ টকাৰ জালনোট জব্দ। কেইবাজনো সন্দেহভাজন আটক। নগৰত জালনোট চোৰাচালান চক্ৰ উৎখাত। অধিক তদন্ত চলি আছে সন্দেহভাজনসকলৰ ক্ষেত্ৰত।...