Global Assam News

Global and Local Assam News Website

কৰ্মচাৰীৰ কল্যাণমূলক সিদ্ধান্ত ত্ৰিপুৰা

ত্ৰিপুৰা চৰকাৰে পাঁচদিনীয়া কৰ্মসপ্তাহ ঘোষণা কৰিছে। সকলো শনিবাৰ চৰকাৰী কাৰ্যালয়ত ছুটি থাকিব। সাধাৰণ প্ৰশাসন বিভাগে (GAD) আনুষ্ঠানিক জাননী জাৰি কৰিছে।...