September 20, 2026

Global Assam News

Global and Local Assam News Website

ব্ৰেকিং খবৰ

এলজিবিআইএত ১০ দিনৰ ভিতৰত অসমীয়াত স্বয়ংক্ৰিয় জনসাধাৰণ ঘোষণা আৰম্ভ হ'ব। তিনিজন অৱসৰপ্ৰাপ্ত বিষয়া আঞ্চলিক ভাষাৰ অন্তৰ্ভুক্তি প্ৰতি উদ্বেগ উত্থাপন কৰিছিল।...

 কাজিৰঙাত জন্তু চলাচল বৃদ্ধি। আৰক্ষীৰ সতৰ্কবাণী জাৰি। গতি নিয়ন্ত্ৰণৰ ওপৰত জোৰ।  বন্যপ্ৰাণী সুৰক্ষাত চালকৰ দায়িত্ব গুৰুত্বপূর্ণ।   সমগ্ৰ সমাচাৰ সেৱা ...

 জুন মাহত ২৮% বৰষুণৰ ঘাটতি।  ২৪খন জিলাত প্ৰভাৱ। কৃষি খণ্ডত উদ্বেগ বৃদ্ধি।  জল সংৰক্ষণৰ ওপৰত জোৰ। সমগ্ৰ সমাচাৰ সেৱা অসম...

গ্ৰীণ বাছৰ অবৈধ ষ্টপেজত বৃদ্ধি যানজঁট। যাত্ৰী আৰু নাগৰিকৰ ক্ষোভ। ASTC-এ কঠোৰ ব্যৱস্থাৰ আশ্বাস। নিয়মিত নিৰীক্ষণৰ দাবী। সমগ্ৰ সমাচাৰ সেৱা...

 গুৱাহাটীত ৫৪ কোটি টকাৰ সোণ জব্দ।   আন্তঃৰাষ্ট্ৰীয় চোৰাচালান চক্ৰৰ সন্দেহ।  এজন অভিযুক্ত গ্ৰেপ্তাৰ, তদন্ত অব্যাহত।  অধিক সংযোগ বিচাৰি বিভিন্ন...

পুনম শর্মা সম্প্ৰতি এক বছৰত বৃহৎ পৰিমাণে অবৈধ ভোটাৰ নাম আঁতৰোৱা হৈছে ভাৰতত বিশেষ গভীৰ পুনৰীক্ষণ (SIR) প্ৰক্ৰিয়াৰ জৰিয়তে এটা...

শ্বিলঙত অনুষ্ঠিত LEAPGDNS আলোচনা চক্ৰত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ। কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ উপস্থিতিত অনুষ্ঠিত হয় আলোচনা।...

অসম শক্তি উদ্বৃত্ত ৰাজ্যলৈ আগবাঢ়িছে: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিদ্যুৎ খণ্ডত দ্ৰুত বিনিয়োগ আৰু আন্তঃগাঁথনি সম্প্ৰসাৰণ ৰাজ্যত বৰ্তমান ৮২টা ছাবষ্টেচন...

কিংবদন্তি সন্তুৰ বাদক শ্ৰী তৰুণ ভট্টাচাৰ্যক পদ্মশ্ৰী সন্মান ভাৰতীয় শাস্ত্ৰীয় সংগীতলৈ অসামান্য অৱদানৰ স্বীকৃতি সন্তুৰ বাদন শৈলীত বৈপ্লৱিক পৰিৱৰ্তন সাধন...

GMCHৰ পৰা নিৰুদ্দেশ হোৱা শিশুক উদ্ধাৰ অচিনাক্ত ব্যক্তিয়ে ফুৰাবলৈ নিয়াৰ অজুহাতত শিশুক লৈ যোৱাৰ অভিযোগ খ্ৰীষ্টানবস্তি বাছ আস্থানত এৰি পলায়ন...